তুমি

 জানানে ,মোৰ বাবে পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ নিচা মানুহ, ঠিক তোমাৰ দৰে। 


এই আকুলতা অথবা অবৰোধৰ নাম কি দিওঁ! 

তোমাক হেৰুৱাও

আকৌ বিচাৰি পাওঁ

আকৌ হেৰুৱাও!! 

Comments

Popular posts from this blog

The God at my LP school.

To Maa

তুমি