Posts

Showing posts from December, 2023

তুমি

 জানানে ,মোৰ বাবে পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ নিচা মানুহ, ঠিক তোমাৰ দৰে।  এই আকুলতা অথবা অবৰোধৰ নাম কি দিওঁ!  তোমাক হেৰুৱাও আকৌ বিচাৰি পাওঁ আকৌ হেৰুৱাও!! 

তুমি

 তুমি ৰ'দ কাঁচিয়লী আইৰ চোতালৰ ধানচেৰেকত পিতাইৰ পথাৰৰ সোণবৰণত।